To my dog, from his human.
মোৰ এতিয়াও ভালকৈ মনত আছে তোক যেতিয়া প্ৰথম দেখিছিলোঁ। তই চকু মেলিবই পৰা হোৱা নাছিলি। তেতিয়াৰ পৰাই তই আঠ বছৰ ধৰি আমাৰ লগত থাকিলি। আমি জানো যোৱা কেইমাহমানৰ পৰা তই বহু কষ্ট পাই আছিলি। তোৰ ১২ তা মাহঁত ১৩ তা বেমাৰ। আমি বহু যত্নওঁ কৰিলোঁ তোক পুনৰ আগৰ নিচিনা কৰিব। লাহে লাহে সুস্থ হৈ আহিছিলি। […]