ডিচেম্বৰ

ডিচেম্বৰ মাহ অহা মানেই মনত বছৰেকীয়া পৰীক্ষাৰ আতংক। ১৫ তাৰিখলৈকে পৰীক্ষা শেষ হৈ যায়। তাৰ পিছত থাকে মাথো ক্ৰিকেট আৰু গধূলি টিভিত মিকি মাউচ, চিনেমা আৰু আপ বিতি। ‘ইণ্টাৰ ভিলেজ’ ক্ৰিকেট প্ৰতযোগিতা আয়োজন কৰি কমিটীয়ে ‘অন্যায়’ কৰি ফাইনেল খেলাৰ আমেজেই সুকীয়া। ৩১ ডিচেম্বৰত গধূলি ৪ বজাৰ পৰা চিনেমা। লগতে লগৰ কেইজনৰ লগত খানাৰ আয়োজন। কাৰ […]

I TRIED TO CLARIFY, BUT I COULDN’T.

We spoke, I gripped your words, seizing them from mid-air, Dreadfully trying to use them for my own, private use. But in the muddle, they slid through my fingers. Gone! Shit! I tried to clarify, but I couldn’t. You warmed my hand. Misty, an iridescent bunch of adjectives whirled into my awareness. Impatiently, I grabbed […]

I fell, again!

In shadows’ gentle dance, I find my way,Through veiled illusions, where my heart does sway.A fragile hope, a whispered secret’s call,In this clandestine game, I stand to fall. The moon, a silent witness to my plight,As I embrace the darkness of the night.A timeless tale of longing, lost in time,A bittersweet surrender, emotion’s silent crime. […]

AI And Our Bleak Future

Our universe is vast, almost infinite. There are almost infinite numbers of planets present in it. However, so far, we haven’t been able to find other life forms. WHY? Well I have a few theories. One theory is that many have existed throughout time but each past civilization had become so technologically advanced that they […]

ভােকেন্দ্র বৰুৱা – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

গােন্ধাই গুৱাল।-” ভােকোন্দাইৰ মাক ঔ, ভােকোন্দাইৰ মাক! বােলাে কলৈ গল ঔ এইজনী! শুনিছ নে ঐ শুনিছ! বাঘেখাতীক বিচাৰিলেও পাবলৈ নাই! বােলাে শুনিছে নে!” ঘৈণীয়েক জেতুকীয়ে লাওৰ হেদালিৰ তলত সােমাই লাও পাৰিবলৈ বিচাৰিছিল; গিৰিয়েকৰ মাত শুনি হেদালিৰ তলৰপৰাই ওলাই আহি উত্তৰ দিলে,”কি হল নাে? চিঞৰ বাখৰখন বা লগাইছে কেলৈ? মােক নেদেখি কিবা এৱা চৰিল নে কি?” […]

চুমা বিজ্ঞান – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

“He took the bride about the neck, and kissed her lips with such a clamorous smack, that at the parting all the church echoed.” চাৰিওফালে বিজ্ঞানৰ চৰ্চা। স্বৰগ-বিজ্ঞান, নৰক-বিজ্ঞান, হাতী-বিজ্ঞান, ঘােৰা-বিজ্ঞান বিজ্ঞান হে বিজ্ঞান। এনে বিজ্ঞানৰ দিনত মহাস্তি কৃপাচার্য অজ্ঞান হৈ থাকিব বুলি যি পাহৰণতাে ভাবিছে তাৰ মহা দুর্দশা! এই দুর্ঘোৰ বিজ্ঞানৰ উজানত কৃপাবৰ-কাৱৈ লগে […]

ASSAM AND CITIZENSHIP AMENDMENT BILL

1. Who are the Assamese? Assamese is an identity binding 200+ tribes and 50+ language/dialect speakers residing in Assam, irrespective or cast or religion. 2. What are Assam’s problems? a.   An earthquake zone 5 state, so heavy industries aren’t present. Minimal export. So high unemployment. b.   Flood displaces millions every year. No permanent solution implemented, […]

কবিৰ সোঁৱৰণ

শুনিছানে তুমি বাৰু হৃদয়েৰে বৈ যোৱা, নিজৰাৰ কুলু কুলু গান? স্নিগ্ধ গোলাপ পাহীৰ মন প্ৰাণ উতলোৱা, পাইছানে সুকোমল ঘ্ৰাণ? বিহগীৰ নাই ৰঘুনাথ! নাই আজি বনৰ কবি! আছে মাথো স্মৃতি তাৰ দীপ্ত হিয়াৰ ছবি। কেতিয়াবা ভাৱ হয় অম্বিকাগিৰী নাই, আছে বাজি বিনাৰ ঝংকাৰ! পৰম তৃষ্ণাৰ কবি দেৱী নাই আছে সখী মনোৰমা। স্মৃতি মাথো ফুকন কঁকাইৰ। দুৱৰাৰ […]

To my dog, from his human.

মোৰ এতিয়াও ভালকৈ মনত আছে তোক যেতিয়া প্ৰথম দেখিছিলোঁ। তই চকু মেলিবই পৰা হোৱা নাছিলি। তেতিয়াৰ পৰাই তই আঠ বছৰ ধৰি আমাৰ লগত থাকিলি। আমি জানো যোৱা কেইমাহমানৰ পৰা তই বহু কষ্ট পাই আছিলি। তোৰ ১২ তা মাহঁত ১৩ তা বেমাৰ। আমি বহু যত্নওঁ কৰিলোঁ তোক পুনৰ আগৰ নিচিনা কৰিব। লাহে লাহে সুস্থ হৈ আহিছিলি। […]

5 Tech Trends That Will Define 2018

Another year passed by and we saw some revolutionary technology breakthroughs that once were considered science-fiction only. Tech giants like Samsung and Apple introduced near bezel-free displays while smart assistants like Google Assistant and Amazon’s Alexa took the world by storm. As we’re halfway through the first month of 2018, we have already seen some […]